Assam competitive exam
(7 items)
All in one E Book For Assam police Sub Inspector AB & UB – 2024

Language – English & Assamese • Total Pages – 260 অমি আপোনালকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ দক্ষ টিমে মিলি আপোনালোকৰ বাবে খাজি উলিয়াইছো All in one E book for Assam police Sub Inspector AB/UB examination 2024. উক্ত কিতাপখন ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে উপলব্ধ । এই গ্ৰন্থখনত সৰল আৰু সংক্ষিপ্ত ভাষাৰ ব্যৱহাৰৰ দ্বাৰা অসমৰ সাম্প্ৰতিক পৰিক্ৰমাৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আৰু বিষয়সমূহ এক প্ৰণালীবদ্ধ আৰু বিস্তৃত প্ৰকাৰে আলোচনা কৰা হৈছে যাতে পাঠকসকলে এটা বিষয়ৰ বিষয়ে গভীৰ জ্ঞান লাভ কৰিব পাৰে। আমি আশা কৰোঁ যে পঢ়ুৱৈসকলে এই কিতাপখন ব্যৱহাৰৰ অনুকূল আৰু আগন্তুক অসম আৰক্ষী উপ পৰিদৰ্শক পৰীক্ষাৰ প্ৰস্তুতিত সহায়ক পাব। আমি আমাৰ পঢ়ুৱৈসকলৰ পৰা মতামত, মন্তব্য, পৰামৰ্শ আৰু সমালোচনা ৰখাৰ বাবে অপেক্ষা কৰি আছোঁ যি নিশ্চিতভাৱে কিতাপখনৰ অধিক উন্নতিত সহায় কৰিব। আমি আমাৰ দলৰ সকলো সদস্যক এই ই কিতাপখন বাস্তৱত পৰিণত কৰাৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জনাইছো। Please Enter valid Email address and Mobile Number which have Whatsapp In it, during the chackout. অনুগ্ৰহ কৰি e book টো purchase কৰা সময়ত বৈধ্য ইমেইল আৰু whtsapp থকা Mobile number টো ব্যবহাৰ কৰিব

₹39.00
₹40.00
All in one E Book For Assam police Sub Inspector AB & UB – 2024